Home ৰাজনীতিঅসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল

অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল

by News Desk
78 views
A+A-
Reset

বিলাসীপাৰাঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে বিলাসীপাৰাত ২১ নং নায়েৰ আলগা জিলা পৰিষদ সদস্য পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত নায়েৰ আলগা জিলা পৰিষদ সদস্য পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দ কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা জিলা পৰিষদ সদস্য হিচাপে বিপুল ভোটত জয়যুক্ত হ’ব বুলি জানিবলৈ দিয়ে। 

তেওঁ আৰু কয় যে জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হ’লে বিলাসীপাৰা পশ্চিম সমষ্টিৰ বৰ্তমানৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে ১৫ বছৰে নকৰা কাম খিনি তেওঁ আঢ়ৈ বছৰে কৰি দেখুৱাব বুলি তেওঁ সংবাদ মেলত দৃঢ়তাৰে কয়। উক্ত সংবাদ মেলত নায়েৰ আলগা জিলা পৰিষদ সদস্য পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দ ই বিগত দিনত নিৰ্বাচিত হোৱা নায়েৰ আলগা জিলা পৰিষদ সদস্য-সদস্যা সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0