কংগ্ৰেছ-বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে ৰূপহীহাটত উবুৰি খাই পৰিছে অগপৰ বহু...

Home ৰাজনীতিকংগ্ৰেছ-বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে ৰূপহীহাটত উবুৰি খাই পৰিছে অগপৰ বহু শীৰ্ষ নেতা

কংগ্ৰেছ-বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে ৰূপহীহাটত উবুৰি খাই পৰিছে অগপৰ বহু শীৰ্ষ নেতা

by News Desk
63 views
A+A-
Reset

নগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে৷ পিছ পৰি ৰোৱা নাই ৰূপহীহাটৰ প্ৰাৰ্থী সকলো৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়তত প্ৰাৰ্থী দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰাক লৈ অংকত খেলিমেলি সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত৷ 

নিৰ্বাচনৰ আগত দল ত্যাগ কৰি অগপ দলত যোগদান কৰাত বিমোৰত পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকল৷ সেয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কংগ্ৰেছ আৰু বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অগপৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা উবুৰি খাই পৰিছে ৰূপহীহাট সমষ্টিত৷ দুটাকৈ দিন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা দেৱে সমষ্টিটোৰ বিভিন্ন ঠাইত মেল মিটিং কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0