Home ৰাজনীতিতেজপুৰত হিমন্ত বিশ্ব শৰ্মা প্ৰচাৰ সভা

তেজপুৰত হিমন্ত বিশ্ব শৰ্মা প্ৰচাৰ সভা

by News Desk
76 views
A+A-
Reset

তেজপুৰঃ অগপ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী গৃহ সমষ্টি তেজপুৰত আজি পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজাই কঁপনি তুলিলে বিজেপিৰ হাই প্ৰ’ফাইল নেতা তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে মিত্ৰতাৰ জৰিয়তে অগপ দলক এৰি দিয়াতো ভুল সিদ্ধান্ত আছিল বুলি মন্তব্য কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত বৃন্দাবন গোস্বামী ধৰি অগপ দলৰ সকলো নেতাকে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পদুম ফুলৰ চিনত ভোট প্ৰদানৰো আহ্বান জনায়৷ 

অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বৃন্দাবন গোস্বামী গৃহ সমষ্টি তেজপুৰত আজি নিৰ্বাচনী ৰণ দুন্দুভী বজালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ভাষণ প্ৰসংগত তেজপুৰত সমষ্টিটো মিত্ৰতাৰ বাবে অগপক এৰি দিয়াটো ভুল আছিল বুলি মন্তব্য কৰে৷ আজি তেজপুৰ পৰ্বতীয়াত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অগপ-কংগ্ৰেছ ভাই ভাই বুলি মন্তব্য কৰা নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোনোৱালক উভটি ধৰি তেওঁৰ মন্তব্য, তেতিয়া হ’লে বদৰুদ্দিন আজমল তেওঁলোকৰ পিতৃ নেকি বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0