58
খেৰণিঃ ডিমা হাছাওৰ ৰাজাওদিছাত হস্ত-নিৰ্মিত পিষ্টলসহ এজন যুৱকক আটক। ৰাজাওদিছাত নিশা চলি থকা কালি পূজা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত সন্দেহজনকভাৱে ঘূৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে যুৱকজনক। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে যুৱক জনক আটক কৰি তালাচী কৰাত উদ্ধাৰ হয় এটা হস্ত-নিৰ্মিত পিষ্টল।
