Home ৰাজনীতিঅহাকালি মৰিয়নী ৫৯ দক্ষিণ কাটনি বাগিছা গাঁওপঞ্চায়তৰ ৫৮৭ ভোটগ্ৰহন কেন্দ্ৰত পুনৰ ভোটগ্ৰহন হ’ব

অহাকালি মৰিয়নী ৫৯ দক্ষিণ কাটনি বাগিছা গাঁওপঞ্চায়তৰ ৫৮৭ ভোটগ্ৰহন কেন্দ্ৰত পুনৰ ভোটগ্ৰহন হ’ব

by News Desk
A+A-
Reset
repole

মৰিয়নীঃ ৫ ডিচেম্বৰৰ দিনা উজনি অসমৰ ১৪ খন জিলাত খাম-খিয়লীৰ মাজেৰে অনুষ্ঠিত হয় পঞ্চায়ত নিবাচন৷ তাৰে ভিতৰত মৰিয়নী ৫৯ দক্ষিণ কাটনি বাগিছা গাঁও পঞ্চায়তৰ অধীনৰ ৫৮৭নং ভোটগ্ৰহন কেন্দ্ৰত বহুতো ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাত ৰাইজে ভোটবৰ্জন কৰাৰ ফলত কেন্দ্ৰটোত ভোটগ্ৰহন কৰিব পৰা নগ’ল । আজি তিতাবৰৰ নিৰ্বাচনী বিষয়াই ৰাজনৈতিক দলসমুহক আমন্ত্ৰণ কৰি তিতাবৰৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যলয়ত কৰা আলোচনা মৰ্মে উক্ত কেন্দ্ৰতোত অহা ৭ ডিচেম্বৰ ২০১৮  পুনৰ নিৰ্ব্বচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ 

আজি নিবাচনী বিষয়া প্ৰিজাইডিং বিষয়া সকল পুনৰ আহি উপস্থিত হয় সেই একেটা ভোটকেন্দ্ৰত ৷ বিষয়াসকলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত ভগৱানেই ভৰষা বুলি প্ৰকাশ কৰে৷ স্থানীয় ৰাইজে ৭ ডিচেম্বৰৰ দিনা ভোট দান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷
 
মৰিয়নীৰ পৰা সপোন ৰহমান শইকীয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0