Home ৰাজ্যভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ

ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ

by News Desk
A+A-
Reset
ddd

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ৷ দেওবাৰে নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলি, নাৰায়ণপুৰ, নবিনগাঁও আদি অঞ্চলত খাদ্যৰ সন্ধানত পাহাৰৰপৰা নামি অহা বন্য হস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই জয়ন্ত বিশ্বাস, দ্বিজেন বিশ্বাস নামৰ লোক কেইজনৰ উপৰিও আন কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, ভঁৰালৰ ধান খাই তহিলং কৰে৷

আনকি ঘৰৰ ভিতৰত থকা  কাপোৰ-কানি, চাউল-দাইলো  নষ্ট কৰাৰ উপৰিও ঘৰৰ আচবাব-পত্ৰও ভাঙি-ছিঙি নষ্ট কৰে। হাতীৰ এই বৃহৎ জাকটোৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশু-মহিলাসহ কেইবাজনো অসুস্থ লোক ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0