Home ৰাজ্যচাৰিদুৱাৰত পথ দূৰ্ঘটনাত মৃত্যু এজনৰ

চাৰিদুৱাৰত পথ দূৰ্ঘটনাত মৃত্যু এজনৰ

by News Desk
A+A-
Reset
accident

তেজপুৰঃ  শোনিতপুৰ জিলাৰ চাৰিদুৱাৰত কালি সন্ধিয়া বাছ আৰু স্কুটিৰ  মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক।  চাৰিদুৱাৰৰপৰা দীঘলীৰ নিজ গৃহাভিমুখে  এ এছ ১২ এম / ৪৩৭৪ নম্বৰৰ স্কুটিৰে পত্নীসহ প্ৰদীপ মণ্ডল নামৰ লোকজন গৈ থকা অৱস্হাত বিপৰীত দিশৰপৰা আহি থকা এ এছ ১২ এচি -৫৭৮০ নম্বৰৰ আল্ট্ৰা বাছখনে মহতিয়াই নিয়াত থিতাতে নিহত হয় স্কুটি আৰোহী প্ৰদীপ মণ্ডল। উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলিৰ পৰা অৰুণাচলৰ টিপ্পীত বনভোজ খাই উভতি অহা বনভোজ যাত্ৰী কঢ়িয়াই অনা বাছখনে এই দুৰ্ঘটনা সংঘটিত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0