60
লিডুঃ অসমৰ এক ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বীৰাংগনা সতী সাধনীৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হ’ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান বগীবিল দলঙৰ।
আহোম জনগোষ্ঠীৰ লগতে অসমৰ কেইবাটাও জনগোষ্ঠীয়ে কেইবাগৰাকী বীৰ-বীৰাংগনা, মহাপুৰুষৰ নামেৰে দলংখন নামাকৰণৰ দাবী কৰিলেও অৱশেষত চৰকাৰে সতী সাধনীৰ নামেৰে দলংখনৰ নাম নামাকৰণ প্ৰস্তাৱ কৰি ৰে’ল মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে।