117
মৰিগাঁওঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডত সুদীৰ্ঘ দিন ধৰি ব্যাপক দুৰ্নীতি হৈ থকাৰ অভিযোগ উথাপিত হৈছে। বিশেষকৈ জবকাৰ্ডৰ বেলিকা উন্নয়ন খণ্ডটিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাত অভিযোগ উঠাৰ বিষয়ে জানিব পৰা গৈছে৷