Home ৰাজ্যবিশিষ্ট কবি বিনয় মজুমদাৰলৈ ‘গজালি কাব্য বঁটা

বিশিষ্ট কবি বিনয় মজুমদাৰলৈ ‘গজালি কাব্য বঁটা

by News Desk
A+A-
Reset
f2d7a478-7ad0-4c6f-9d5b-543624ddc5b9

নলবাৰীঃ নলবাৰী জিলাৰ বাঁহজানীৰ অময়াপুৰৰ বগলচ ৰোড চ’কৰ দুৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰকাশনৰপৰা প্ৰকাশিত জেপ আলোচনী -‘গজালি’ৰ তৰফৰপৰা প্ৰদান কৰি অহা ‘ধনেশ্বৰী দেৱী সোঁৱৰণী গজালি কাব্য বঁটা’ এইবাৰ ২০১৮ বৰ্ষৰ বাবে প্ৰদান কৰা হ’ব বিশিষ্ট কবি বিনয় কুমাৰ মজুমদাৰক। আজি এক বিবৃতি যোগে গজালি সম্পাদক শংকৰ শৰ্মাই অগ্ৰদূতৰ প্ৰতিবেদকক এই বিষয় জানিবলৈ দিয়ে। 

এই বঁটাৰ নগদ ধনৰ লগতে মানপত্ৰ, স্মাৰক, গামোচা, জাপি কিতাপৰ টোপোলা থাকিব বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। কাব্যালোচনী গজালিয়ে ২০১৩ চনৰপৰা কাব্য সাহিত্যত অনবদ্য অৱদান আগবঢ়োৱা কবিলৈ এই বটাঁ প্ৰদান কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0