40
তেজপুৰঃ শনিবাৰৰপৰা তেজপুৰৰ পল’ ফিল্ডত অনুষ্ঠিত হয় “দীপাংকৰ বৰুৱা-ৰিদিপ বৰা সোঁৱৰণি All Assam Championship T20 ক্ৰিকেট খেল৷
T20 খেলৰ আৰম্ভণিৰ দিনটোত হাতত বল-বেট লৈ ক্ৰীড়াৰ পথাৰত নমি পৰা দেখা গ’ল বিধায়ক বৃন্দাৱন গোস্বামীৰ লগতে সাংসদ ৰাম প্ৰসাদ শৰ্মাক৷