Home ৰাজ্যজাগুনৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত এক

জাগুনৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত এক

by News Desk
A+A-
Reset
লিমা

লিডুঃ অসম-অৰুণাচল সীমান্তৰ জাগুনত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা৷ দেওবাৰে জাগুনৰ লামা তিনি আলিৰ পে’ট্ৰল ডিপুৰ সমীপত প্ৰায়  দিনৰ ১২ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। 

AS-23-AC-5554 নম্বৰৰ তীব্র বেগী এখন বলেৰ’ পিকআপ গাড়ীয়ে সীতা সৰকাৰ (৪০) নামৰ এগৰাকী মহিলাক মহতিয়াই নিয়াত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ মহিলাগৰাকীয়ে ৰাজপথেৰে গৈ থকাৰ অৱস্থাত হঠাৎ বলেৰ’ পিকআপ গীড়ীখনে তীব্ৰ বেগেৰে মহতিয়াই নিয়াৰ পাছত সংকটজনক অৱস্থাত সীতা সৰকাৰক স্থানীয় জাগুন ক্ষুদ্র প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0