Home ৰাজ্যবড়োলেণ্ডৰ দাবীত এবছুসহ তিনি সংগঠনৰ প্ৰতিবাদ

বড়োলেণ্ডৰ দাবীত এবছুসহ তিনি সংগঠনৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
7466ab9e-92cf-47aa-9b55-96bc55190746

ওদালগুৰিঃ “আমি জিকিব নোৱাৰিলেও কাৰোবাক হৰুৱাব পাৰো। সময় থাকোতে চৰকাৰখনে পৃথক বড়োলেণ্ডৰ সমস্যা সমাধান কৰক।” এই সকিয়নী এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। পৃথক বড়োলেণ্ডৰ দাবীত সোমবাৰে উত্তাল হৈ পৰিল ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ। 

এবছু, এন ডি এফ বি(পি)আৰু পিপল জইন্ট একচন কমিতিয়ে বড়োলেণ্ডৰ দাবীত আজি ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  ধৰ্নাৰে পৰিৱেশ উত্তাল কৰি তোলে। এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বড়োলেণ্ডৰ লৈ সৰব হৈ পৰা দেখা যায়। লগতে তেওঁ বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে। সাংসদ গৰাকীয়ে পৃথক বড়োলেণ্ডৰ বিৰুদ্ধে দিল্লীত মাত মাতি থকাৰ অভিযোগ উত্থাপন কৰে বড়োৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0