Home বিশ্বইণ্ডোনেছিয়াৰ প্ৰলয়ংকাৰী ছুনামীত নিহতৰ সংখ্যা ২৮১ লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ প্ৰলয়ংকাৰী ছুনামীত নিহতৰ সংখ্যা ২৮১ লৈ বৃদ্ধি

by News Desk
A+A-
Reset
b36c6cf3-1932-43fc-9c6e-d7f945a2a7df

ইণ্ডোনেছিয়াঃ যোৱা শুকুৰবাৰে আগ্নেয়গিৰী উদ্গীৰণৰ ফলত ভূমিকম্পই জোকাৰি যোৱা পাছত শনিবাৰে নিশা ৯.৩০ বজাত ছুনামীয়ে ঢৌৱাই নিয়ে ইণ্ডোনেছিয়াৰ ছুলাৱেছী দ্বীপৰ নিকটৱৰ্তী অঞ্চলসমূহ৷ প্ৰায় ২০ ফুট উচ্চতাৰ ছুনামীৰ তীব্ৰ ঢৌৰ গতিয়ে ১৬৪ জন লোকক মৃত্যুমুখত পৰাৰ লগতে সহস্ৰাধিক লোক আহত হয়। ইয়াৰে ৬০০ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক৷ 

মৃতকৰ সংখ্যা আৰু ১১৩ জনলৈ বৃদ্ধি পাই বৰ্তমানে ২৮১ জন হৈছেগৈ। আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা ক্ৰমাৎ ১০০০ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0