70
শিৱসাগৰঃ এয়া ৰূঢ় বাস্তৱ যে ৰোগীৰ ৰোগ আৰোগ্যৰ বাবে প্ৰয়োজন ধন।
শিৱসাগৰৰ পুৰণা চ’ক বজাৰ ৰোডৰ নিবাসী মাণিক আলি (৫৫) জটিল ৰোগত ভুগি আছে। পৰিয়ালৰ লোকে তেওঁৰ চিকিৎসা কেইবা বছৰ ধৰি কৰাই আছে যদিও তেওঁ আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।