Home ৰাজনীতিপৃথক বড়োলেণ্ডৰ দাৱীত কোকৰাঝাৰত বড়ো সংগঠনৰ ধৰ্না

পৃথক বড়োলেণ্ডৰ দাৱীত কোকৰাঝাৰত বড়ো সংগঠনৰ ধৰ্না

by News Desk
50 views
A+A-
Reset

কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আজি পুনৰ সৰৱ হৈ উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, পিজেএচিবিএম আৰু এনডিএফবি(পি)আৰু ইউপিপিএল৷ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো এবছুৰ নেতৃত্বত এই তিনিওটা সংগঠনৰ নেতৃবৃন্দই তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাঁই তোলে ৷

উল্লেখযোগ্য যে কোকৰাঝাৰ সদৰ চহৰৰ বডোফা শিশু উদ্যানত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা এই তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত এবছু্, পিজেএচিবিএম, এনডিএফবি(পি)আৰু ইউপিপিএলৰ সহস্ৰাধিক নেতা-কৰ্মী,সদস্যই অংশগ্ৰহণ কৰি আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড অবিহনে ক্ষান্ত নহওঁ, বিজেপি চৰকাৰ হুছিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0