65
গুৱাহাটীঃ সংখ্যালঘুৰ আবেগেৰে ৰাজনীতি কৰা এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে চৰম আচৰণ প্ৰদৰ্শন কৰি বুধবাৰে এজন সাংবাদিকক ধমকিৰ লগতে মূৰ ফালি দিম বুলি ভাবুকি প্ৰদান কৰে।
এক সংবাদমেলত আমন্ত্ৰিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নিজৰ সংযম হেৰুৱাই ই-টিভিৰ সাংবাদিকজনক ডাবি-ধমকি দিয়াৰ লগতে ”মোৰ হাজাৰ হাজাৰ মানুহ আছে,শেষ কৰি দিম’’ বুলি ভাবুকি প্ৰদান কৰে।