111
ওদালগুৰিঃ পৰকীয়া প্ৰেমৰ পৰিণতিত ওদালগুৰিত গুলীয়াই আত্মহত্যাৰ চেষ্টা এছ এছ বি জোৱানৰ!
ওদালগুৰি চহৰৰ মাজমজিয়াত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত অৱস্থিত এছ এছ বি শিবিৰত যোৱা নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা।