Home ৰাজ্যমোবাইল টাৱাৰ স্থাপনৰ মিছা প্ৰতিশ্ৰুতিৰে ৬.৬৫ লাখ টকা আত্মসাৎ

মোবাইল টাৱাৰ স্থাপনৰ মিছা প্ৰতিশ্ৰুতিৰে ৬.৬৫ লাখ টকা আত্মসাৎ

by News Desk
64 views
A+A-
Reset

কোকৰাঝাৰঃ এয়াৰটেল ৪ জি টাৱাৰ স্থাপনৰ ভুৱা প্ৰতিশ্ৰুতি দি কলকাতাৰ ডিল মানী ছিকিউৰিটী নামৰ এটা কোম্পানীয়ে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত কমলাছৰা গাঁওৰ বাসিন্দা আহমেদ পৰামানিকৰপৰা ৬ লাখ ৬৫ হেজাৰ টকা সৰকাই লোৱাৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি ভুক্তভোগী আহমেদ পৰামানিকে অভিযোগ কৰা মতে যোৱা তিনিমাহ পূৰ্বে ৮০০১১৭৯৮৪৩ নম্বৰৰ অচিনাকী মোবাইলৰপৰা এজন লোকে ফোন কৰি ঘৰত এয়াৰটেল ৪জি টাৱাৰ বহুৱাই দিব বুলি প্ৰতিশ্ৰুতি দি ৭,৫৬০ টকা বিচাৰে ৷ সেই কথা বিশ্বাস কৰি আহমেদ পৰামানিকে প্ৰথম কিস্তিত ভাৰতীয় ষ্টেট বেংকৰ  ৩৩০৬৪২৫২২৪৬ নম্বৰ একাউন্টত ৭,৫৬০ টকা জমা দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0