কোকৰাঝাৰ প্ৰেছ ক্লাব-এ বি এমছু-বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ আজমলৰ ব্যৱহাৰক...

Home ৰাজ্যকোকৰাঝাৰ প্ৰেছ ক্লাব-এ বি এমছু-বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ আজমলৰ ব্যৱহাৰক গৰিহণা

কোকৰাঝাৰ প্ৰেছ ক্লাব-এ বি এমছু-বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ আজমলৰ ব্যৱহাৰক গৰিহণা

by News Desk
64 views
A+A-
Reset

কোকৰাঝাৰঃ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলে বুধবাৰে দক্ষিণ-শালমাৰাৰ মানকাচৰত এক সংবাদমেলত সাংবাদিকক অশ্ৰাব্য গালি-গালাজেৰে অপদস্থ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ঘটনাক কোকৰাঝাৰ প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷

বৃহস্পতিবাৰে এক বিবৃতিযোগে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰীতম ব্ৰহ্ম চৌধুৰী আৰু সম্পাদক হৰি শংকৰ ঠাকুৰে সাংসদগৰাকীয়ে সাংবাদিক তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা আক্ৰমণ ৰাজ্যখনৰ লগতে দেশৰ জনসাধাৰণৰ বাবে অতি গৰ্হিত কাৰ্য বুলি অভিহিত কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0