66
তেজপুৰঃ ঐতিহাসিক অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয়ে উৎকৃষ্ট মানৱ সম্পদ গঢ় দি সমগ্ৰ বিশ্বতে নিজৰ চাক্ষুস বহন কৰিবলৈ সক্ষম হৈছে৷
ভৌগোলিক দিশৰ পৰা অতি মনোৰম ঠাই তেজপুৰত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক দিশৰ লগতে আনুসংগিক সকলো দিশতে উত্তৰণৰ বাট বুলি গোলকীয় পৃথিৱীত দোপতদোপে আগবাঢ়ি যাওক৷