105
ডিফুঃ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ খনকৈ নগৰ সমিতিৰ নিৰ্বাচনৰ বৃহস্পতিবাৰে পূব কাৰ্বি আংলং জিলাৰ ডিফু, বকলিয়া, ডকমকা, লাংহিন, বোকাজান আৰু হাওৰাঘাট নগৰ সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰধান ৰাষ্ট্ৰীয় দল বি জে পি আৰু কংগ্ৰেছে নিজ নিজ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে৷
কংগ্ৰেছৰ তালিকা