58
ডিব্ৰুগড়ঃ বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ গৈ আজিলৈকে চাবুৱাৰ এজন যুৱক নিখোজ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত মুদৈ গাঁৱৰ প্ৰয়াত পদুম বৰুৱাৰ কণিষ্ঠ পুত্ৰ ২৮ বছৰীয়া ৰণ্টু বৰুৱাই গাঁৱৰ অন্যন্যলোকসকলৰ লগতে বগীবিল দলঙৰ উদ্বোধনী সভালৈ বিজেপিয়ে যোগান ধৰা বাছেৰে গৈ সন্ধানহীন হৈ আছে৷