70
নগাঁওঃ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰউদ্দিন আজমলে হাতশিঙিমাৰীত সাংবাদিক কবিৰ মণ্ডলক প্ৰাণে মৰা ভাবুকি দিয়া আৰু অভব্য আচৰণ কৰাৰ প্ৰতিবাদত শনিবাৰে নগাঁৱৰ কেইবাটাও সাংবাদিক সংগঠন প্ৰতিবাদমুখৰ হৈ উঠে।
জিলাখনৰ এই সাংবাদিক সংগঠনৰ সদস্য সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।