552
তেজপুৰঃ পথাৰৰ ধানমুঠি ঘৰলৈ চপায় অনাৰ পাছত এতিয়া প্ৰতিজন গঞাই আয়োজন কৰিছে ন-খোৱাৰ পৰ্ব৷ গাঁও অঞ্চলত সকলো কৃষিজীৱি ৰাইজ একত্ৰিত হৈ ন-খোৱাৰ উৎসৱ অনুষ্ঠিত কৰাৰ এক সুকীয়া পৰম্পৰা চলি আহিছে।
সেই পৰম্পৰা অনুসৰিয়েই শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত তেজপুৰৰ দেউৰি গাঁও, বৰকনা চুবুৰী আৰু কুমাৰ গাঁৱৰ গাঁওবাসীয়ে আয়োজন কৰি আহিছে ১২৫ বছৰীয়া সমূহীয়া ন-খোৱা উৎসৱ আয়োজন কৰে।