Home ৰাজ্যজুৱাৰীয়ে মাৰ-পিট কৰিলে আমছুৰ নেতা-কৰ্মীক

জুৱাৰীয়ে মাৰ-পিট কৰিলে আমছুৰ নেতা-কৰ্মীক

by News Desk
98 views
A+A-
Reset

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী বাঙালডোবা সাপ্তাহিক বজাৰত দিনে-নিশাই জুৱা খেল চলি থকাত অঞ্চলটোত একপ্ৰকাৰ উপদ্ৰৱত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

এনে জুৱা উপদ্ৰৱ সৃষ্টি হোৱা অঞ্চলটোত নৱ-প্ৰজন্মৰ ভৱিষ্যত আন্ধাৰ হৈ পৰাৰ শংকা আহি পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ নেতা-কৰ্মীৰ দল এটাই যোৱা ২৬ ডিচেম্বৰত বাঙালডোবা সাপ্তাহিক বজাৰত উপস্থিত হৈ জুৱা খেল বন্ধ কৰি ঘৰলৈ উভতি যায় যদিও আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছুৱাহান আলী আৰু আমছুৰ কৰ্মী মোবাৰক আলীক জুৱাৰীসকলৰ ১৫-১৬ জনীয়া দল এটাই আগভেটি ধৰি মাৰ-পিট কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0