Home ৰাজ্যনৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

নৱবৰ্ষৰ প্ৰথম দিনটোত লোকে লোকাৰণ্য বটদ্ৰৱা ধাম

by News Desk
A+A-
Reset
bata3

বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত মঙলবাৰে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত লোকে লোকাৰণ্য হৈ পৰে ৷ পুৱাৰেপৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰপৰা বটদ্ৰৱালৈ আগমন ঘটে ভক্তপ্ৰাণ ৰাইজৰ৷

আগন্তোক নৱবৰ্ষটো সুখ-শান্তি-সমৃদ্ধি কামনাৰে সকলোৱে গুৰুজনাৰ শ্ৰীচৰণত এগচি বন্তি, শৰাই-নৈবেদ্য আগবঢ়ায় সেৱা জনায়৷ দুপৰীয়া বিশেষ নাম কীৰ্ত্তনত ঐতিহ্যমণ্ডিত কীৰ্ত্তনঘৰৰ ভিতৰে বাহিৰে হাজাৰ হাজাৰ লোকে নাম-প্ৰসংগত ভাগ হৈ হৰি নাম কীৰ্ত্তনত মগ্ন হোৱা পৰিলক্ষিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0