92
পবিতৰাৰপৰা জিতুমনি নাথঃ প্ৰাকৃতিক সৌন্দৰ্যৰে অনুপম পবিতৰা অভয়াৰণ্যত নৱবৰ্ষৰ প্ৰথম দিনটোত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা সমাগম ঘটা বনভোজপ্ৰেমীসকলৰ লগতে দিনটোত সমাগম ঘটে বহু কেইগৰাকী বিদেশী পৰ্যটকৰ।