120
নগাঁওঃ শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ পৱিত্ৰ সম্পৰ্ক বুলি ক’লেও ভুল কোৱা নহ’ব। কিন্তু এই পৱিত্ৰ সম্পৰ্কত বাৰম্বাৰ কালিমা লগাই একাংশ শিক্ষকৰূপী দানৱে।
শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কদমনিত। এইবাৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা লগালে এজন শিক্ষকে। নাম তেওঁৰ জাকিৰ হুছেইন। পেচাত তেওঁ এজন শিক্ষক।