54
বাইহাটা চাৰিআলিঃ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূক্তাবাৰীৰ নিবাসী বিশিষ্ট দৰঙী কলা কৃষ্টিৰ সাধক লোকেশ্বৰ বৰুৱাৰ বৃহস্পতিবাৰে নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটে।
জীৱনৰ দীৰ্ঘ সময় ধৰি ওজাপালি, চেউচাপৰি লোকসংস্কৃতিৰ সৈতে জড়িত থকা বৰুৱাই বৃহত্তৰ অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাপে ৰিচিত আছিল।