Home ৰাজনীতিবিধেয়ক গৃহীত হ’লে গৃহ জিলাত সোমাব নোৱাৰিব মুখ্যমন্ত্ৰী সোণোৱালে

বিধেয়ক গৃহীত হ’লে গৃহ জিলাত সোমাব নোৱাৰিব মুখ্যমন্ত্ৰী সোণোৱালে

by News Desk
66 views
A+A-
Reset

ডিব্ৰুগড়ঃ অসমীয়াৰ জাতিৰ অস্তিত্ব আজি বিপদাপন্ন৷ ৮০ৰ দশকৰ পৰাই জাতিটোৱে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজপথত সংগ্ৰাম চলাই আহিছে৷ তথাপিও প্ৰতিখন দিল্লীৱালা চৰকাৰে অসমৰ ৰাইজৰ আবেগ-অনুভূতিক গুৰুত্ব প্ৰদান নকৰি অসমীয়া ৰাইজৰ জনমতৰ বিৰুদ্ধে কাম কৰি গৈছে৷ বিশেষকৈ অসমৰ ৰাইজে অসমক বিদেশী মুক্ত কৰাৰ বাবে জোৰদাৰ আন্দোলন কৰি আহিছে৷ প্ৰতিখন চৰকাৰে অসমৰ বুকুৰ পৰা বিদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও সময়ত সকলো ফুটুকাৰ ফেন হৈ পৰে৷ 

বিদেশী বহিস্কাৰৰ দাবীত যেন পুনৰ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে বৰাক উপত্যকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব বুলি দম্ভালি মৰাৰ বিষয়টোক সহজ ভাবে লব পৰা নাই অসমৰ ৰাইজে৷ অসমৰ ৰাইজে ব্যাপক আন্দোলন গঢ়ি তোলাৰ সময়তে বিভিন্ন দল সংগঠনৰ মতক আওকাণ কৰি বহুচৰ্চিত ”নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন’’ যুটীয়া সংসদীয় সমিতিয়ে গৃহীত কৰাৰ পিছৰে পৰা ৰাজ্যখনৰ  পৰিস্থিতি ক্ৰমে উত্তাল হৈ পৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0