57
ডিমাকুছিঃ ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসৰ পাছত এইবাৰ বনগাহৰিৰ আতংক৷
খাদ্যৰ সন্ধানত জনাঞ্চলত আশ্ৰয় লৈ থকা বনগাহৰিৰ আক্ৰমণত শনিবাৰে সন্ধিয়া ভূটান সীমান্তৰ চেগুনবাৰীত চামু টপ্ন (৪৫) নামৰ লোক এজন নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়৷