Home ৰাজ্যমাৰ্ঘেৰিটাত মহিলা আত্মসহায় গোটৰদ্বাৰা স্বচ্ছ ভাৰত অভিযান

মাৰ্ঘেৰিটাত মহিলা আত্মসহায় গোটৰদ্বাৰা স্বচ্ছ ভাৰত অভিযান

by News Desk
49 views
A+A-
Reset

লিডুঃ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ সাৰ্বজনীন উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ ভিতৰত অন্যতম স্বচ্ছ ভাৰত অভিযান আঁচনি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে বৰ্তমান গাঁও তথা চহৰাঞ্চলৰ বিভিন্ন এলেকাক ব্যাপক প্ৰসাৰনতা লাভ কৰা পৰিলক্ষিত হৈছে৷ 

আজি মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীত কেইবাটাও মহিলা আত্ম-সহায়ক গোটে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পেঙেৰীৰ বিভিন্ন এলেকাত স্বচ্ছ ভাৰত অভিযান চলায়৷ ব্ৰহ্মপুত্ৰ ভিঅ গোটৰ উদ্যোগত তথা পেঙেৰী অঞ্চলৰ প্ৰায় ১৫ টাকৈ মহিলা আত্মসহায় গোটৰ সহযোগত দুই শতাধিক মহিলাই পেঙেৰী চাৰিআলী, পেঙেৰিৰ সাপ্তাহিক বজাৰৰ লগতে বিভিন্ন এলেকাত চাফাই অভিযান চলাই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0