50
লখিমপুৰঃ লখিমপুৰ চহৰৰ মাজমজিয়াত অবস্থিত নট-সৈনিক আলি হাইদৰ নাট্যমঞ্চ আৰু থিয়েটাৰ প্ৰকল্পত এক সভাৰ আয়োজন হয়।
উক্ত সভাত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক বাহাৰুল ইছলামে লখিমপুৰ থিয়েটাৰ একাডেমিৰ শুভাৰম্ভ কৰে।