65
ডিফুঃ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ খনকৈ নগৰ সমিতিৰ নিৰ্বাচনী প্ৰচাৰৰ দেওবাৰে সন্ধিয়া সামৰণি পৰে৷
প্ৰায়বোৰ নগৰ সমিতিৰ নিৰ্বাচনত বি জে পি আৰু কংগ্ৰেছৰ মাজত মূল প্ৰতিদ্বন্দ্বিতাখন চলাৰ ছবিখন স্পষ্ট হৈ পৰিছে যদিও এইচ এছ ডি চি আৰু এ এছ ডি চি লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ মৰণপণ যুঁজ চলাইছে৷