65
মৰিয়নীঃ দেওবাৰে দুপৰীয়া মৰিয়নী কাটনীবাৰি চাহ বাগিচাৰ ৯ নং লাইনৰ নিবাসী চন্দ্ৰবান জেচৱাল (৬২) নামৰ লোকজনে ঘাঁহ কাটিবলৈ যাওঁতে বাগিচাৰখনৰ কাষতে থকা এডৰা হাবিত এটা নাহৰফুটুকীয়ে তেওঁক আক্ৰমণ কৰে।
চন্দ্ৰবান জেচৱালৰ মূৰ, পেট আৰু পিঠিত আক্ৰমণ কৰি আহত কৰে৷ আহত লোকজনৰ লগত যোৱা পোহনীয়া কুকুৰটোৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ৷