99
তামুলপুৰঃ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে হুংকাৰ দি কয় যে বড়োসকলক সুকীয়া ৰাজ্য দিবই লাগিব।
মঙলৰাৰে তামুলপুৰৰ কুমাৰীকাটাৰ গৗজন ফৗথাৰত এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলনত বড়োলেণ্ড ধ্বনিৰে ‘ডিভাইড আছাম ফিফটি ফিফটি’ ধ্বনিৰে মুখৰিত হ’ল গৗজন ফৗথাৰ সমন্বয় ক্ষেত্ৰ৷