65
বিলাসীপাৰাঃ সদৌ অসম উকীল সন্থাৰ নেতৃত্বত সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উক্ত কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰপৰা দুপৰীয়া ১ বজালৈ বিলাসীপাৰা উকীল সন্থা কাৰ্যালয় প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট পালন কৰা হয়।