Home ৰাজ্যমানৱপ্ৰেমৰ অন্যতম নিদৰ্শনঃ এটা বছৰৰ উপাৰ্জনেৰে কম্বল কিনি দুখীয়াক বিলালে পদ পথৰ হোটেলৱালাই

মানৱপ্ৰেমৰ অন্যতম নিদৰ্শনঃ এটা বছৰৰ উপাৰ্জনেৰে কম্বল কিনি দুখীয়াক বিলালে পদ পথৰ হোটেলৱালাই

by News Desk
62 views
A+A-
Reset

ডিব্ৰুগড়ঃ নতুন বছৰ মানে বনভোজ খোৱাৰ বতৰ৷ গোটেই বছৰটো উপাৰ্জন কৰি পোৱা টকা কেইটাৰ মাজৰ পৰা কেইটামান টকা বনভোজ নতুবা এটুকুৰা ঠাইলৈ পৰিয়ালৰটোৰ সৈতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰি ৰাখি থোৱা হয়৷ অসমৰ মানুহৰ বাবে নতুন বছৰত ভ্ৰমণ কৰা নতুবা বনভোজ খোৱাটো এক পৰম্পৰাত পৰিণত হৈছে৷ 

কেৱল ধনৱান লোকেই যে বনভোজ খায় নতুবা ফুৰিবলৈ যায় তেনে নহয়, সমাজৰ খাটিখোৱা লোকসকলেও কম খৰচ কৰি হলেও নতুন বছৰটোত সমনীয়া-পৰিয়ালটোৰ সৈতে এসাজ খাই সময় অতিবাহিত কৰে৷ কিন্তু তাৰ মাজতে কিছুমান ব্যতিক্ৰম লোকো আছে সমাজত যিয়ে বনভোজ নতুবা ফুৰাৰ নামত টকা কেইটা খৰচ নকৰি দৰিদ্ৰ লোকক দান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0