59
মৰিগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত লাহৰিঘাট আৰু মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে ২০ টাতকৈও অধিক দল-সংগঠনৰ নেতৃত্ব আৰু মৰিগাঁৱৰ বহু কেইজন জ্যেষ্ঠ নাগৰিক, সাহিত্যিক, বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে।