71
তামুলপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সৰব সদৌ কৰ্মচাৰী পৰিষদ।
ভাষা, জাতি আৰু মাটিতকৈ চাকৰি ডাঙৰ নহয়৷ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে চাকৰি বিসৰ্জন দিবলৈ সাজু। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদৰ৷ কৰ্মচাৰী পৰিষদে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷