বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত প্ৰতিবাদী মঞ্চ গঠন

Home ৰাজ্যবিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত প্ৰতিবাদী মঞ্চ গঠন

বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত প্ৰতিবাদী মঞ্চ গঠন

by News Desk
62 views
A+A-
Reset

বিলাসীপাৰাঃ ৰাজ্যজুৰি জাতিধবংসী  নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকা সময়তে এই বিধেয়কৰ বিৰুদ্ধে দেওবাৰে বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীন শিক্ষাবিদ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল সংগঠনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়। এই প্ৰতিবাদী মঞ্চই অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0