Home ৰাজ্যৰঙিয়া বালাগাৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰ

ৰঙিয়া বালাগাৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰ

by News Desk
115 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত স্কুটিত অহা এজন স্কুলীয়া ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিষয়ে জানিব পৰা মতে দিনৰ ১১ বজাত ৰঙিয়া বালাগাঁৱত ইনামুল ইছলাম নামৰ স্থানীয় ছাত্ৰ এজনে স্কুটিৰে পথ অতিক্ৰম কৰিব ধৰোঁতে গুৱাহাটীৰ ফালৰপৰা তীব্ৰ গতিত অহা এখন ৱেগনাৰ গাড়ীয়ে খুন্দা মাৰে। ফলত ছাত্ৰজন কিছু দূৰলৈ চিটিকিগৈ গুৰুতৰভাৱে আহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0