45
তেজপুৰঃ সংগীত শিল্পী দিলীপ চৌধুৰীৰ ত্ৰয়োদশ মৃত্যু তিথি উপলক্ষে উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভাৰ তৰফৰপৰা তেজপুৰ ডিপোটা শতাব্দী ভৱনত সোমবাৰে পুৱা শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়৷
অনুস্থানত কেইবাগৰাকী সাংস্কৃতিক কৰ্মীয়ে গীতে-মাতে চৌধুৰীৰ স্মৃতিচাৰণ কৰে৷