Home ৰাজ্যবৰগাঙত নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

বৰগাঙত নাগৰিকত্ব সংশোধনী বাতিলৰ দাবীত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

by News Desk
A+A-
Reset
201901211712450943_PROTEST-AGAINST-CITIZENSHIP-AMENDMENT-BILL-2016-AT-BIHALI_SECVPF

বিহালীঃ বিতৰ্কিত বিল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন জাতীয়-জনগোষ্ঠীয়, বুদ্ধিজীৱী, নাগৰিক সমাজে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে সোমবাৰে বিহালীৰ প্ৰাক্তন ছাত্ৰ  সন্মিলনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালীৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

দিনৰ ১০ বজাৰপৰা ১ বজালৈকে ৰূপায়ন হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দুয়েই হওক বা মুছলমানে হওক সকলোৱে অসম এৰি যাবই লাগিব, অসম চুক্তি ৰূপায়ন কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰক আদি শ্ল’গানৰ জৰিয়তে সংগঠনটোৱে বৰগাঙৰ আকাশ-বতাহ কঁপাই তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0