Home ৰাজ্যপূৰ্ণপৰ্যায়ৰ জনজাতিকৰণ অৱিহনে ক্ষান্ত নাথাকে আক্ৰাছু

পূৰ্ণপৰ্যায়ৰ জনজাতিকৰণ অৱিহনে ক্ষান্ত নাথাকে আক্ৰাছু

by News Desk
108 views
A+A-
Reset

ওদালগুৰিঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা সন্দৰ্ভত কেন্দ্ৰত গুণাগথা চলি থকাৰ সময়তে বৃহস্পতিবাৰে ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ মুখ্য ভৱনত এক সংবাদমেল সম্বোধন কৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অতুল বৰ্মণ গোটে।

সংবাদমেলত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰ‌ই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মণে কয় চৰকাৰে যদি ছয় জনগোষ্ঠীক সচাঁকৈয়ে জনজাতিকৰণ কৰিব বিচাৰিছে তেন্তে পূৰ্বৰেপৰা জনজাতিকৰণৰ আওতাত থকা জনজাতিসকলৰ দৰে পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0