Home ৰাজনীতিসৰুমেছাইৰ পৰা কপাহতলি হৈ সৰু ডিৰাকলৈ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল আৰু পথ সভা

সৰুমেছাইৰ পৰা কপাহতলি হৈ সৰু ডিৰাকলৈ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশাল প্ৰতিবাদী সমদল আৰু পথ সভা

by News Desk
A+A-
Reset
db1b8d1d-c26b-43c3-b210-d0969748abcb (1)

কাকপথাৰঃ  হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ ডিৰাকত অব্যাহত আছে প্ৰতিবাদ৷ জাতি ধ্বংসী বিধেয়ক খনৰ বিৰূদ্ধে স্বতস্ফুৰ্ত ভাৱে বিৰোধ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ উলাই আহে শ শ ৰাইজ৷ 
যিকোনো বিনিময়ত এই বিধেয়ক গৃহিত হ’বলৈ দিয়া নহব বুলি প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে৷ প্ৰতিবাদী জনতাই বিজেপি গ’বেক, অসম চৰকাৰ হায় হাঁয়,কেন্দ্ৰীয় চৰকাৰ হাঁয় হাঁয়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ,নৰেন্দ্ৰ মোদী হুচিয়াৰ,অসম চৰকাৰ মিছলীয়া আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ অনাগত সময়ত ইয়াতকৈ জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0