Home ৰাজ্যচাৰি লাখ টকাৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

চাৰি লাখ টকাৰ চোৰাং কাঠসহ ট্ৰাক জব্দ

by News Desk
A+A-
Reset
04b88df0-743d-4d06-b10d-5834b7ef4240

তেজপুৰঃ শোনিতপুৰৰ বালিপৰাত সোমবাৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ সহ এখন ট্ৰাক জব্দ কৰা হয়৷ চোৰাং কাঠ ব্যৱসায়ীৰ এয়া এক নতুন কৌশল বুলি জানিব পৰা গৈছে। চোৰাং কাঠ কঢ়িয়াবলৈ ব্যবহাৰ কৰা হ’ল ঘৰুৱা চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক। 

আজি পুৱতি নিশা ঘৰুৱা চিলিণ্ডাৰ কঢ়িওৱা AS12E-1888 নম্বৰৰ এখন ট্ৰাকেৰে অৰুণাচলৰ ভালুকপুঙৰপৰা তেজপুৰ অভিমুখে চোৰাং কাঠসমূহ লৈ যোৱা সময়তে আমাৰীবাৰী বন বিভাগৰ এটি তহলদাৰী দলে বালিপৰাত জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0