Home ৰাজ্যবিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

by News Desk
A+A-
Reset
fd100034-89c2-4196-9df9-b188b36eaebd

কাজিৰঙাঃ এইবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কাজিৰঙাৰ পাহাৰ লাইন গাঁৱৰ ৰাইজে। দেওবাৰে পুৱাতেই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে বিভিন্ন শ্লোগান দি উত্তাল কৰিলে কাজিৰঙাৰ আকাশ-বতাহ৷ কেৱল বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দিয়াই নহয় এইবাৰ লঠঙা বিদ্যুতৰ খুটাৰ তলত ৰাইজে টেলিভিচন-অডিঅ’ চিষ্টেম লৈ কৰিলে পূজা-অৰ্চনা৷ উল্লেখ্য যে, বোকাখাত বিদ্যুৎ সংমণ্ডলৰ অধীনৰ পাহাৰ লাইন গাঁৱৰ ৰাইজে আজিলৈকে দেখা নাই বিদ্যুতৰ পোহৰ। 

সঘনাই বন্যপ্ৰাণীৰ উপদ্ৰৱস্থলী ৰূপে পৰিচিত এই পাহাৰ লাইন গাঁৱৰ ৰাইজে পূৰ্বতে বহুবাৰ বিদ্যুৎ বিভাগৰ ওচৰত আবেদন কৰিও বিদ্যুতৰ পোহৰ আজিলৈকে দেখা নাপালে। বোকাখাতৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত এই সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল গাঁৱৰ ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0