50
বৰপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত যোৱা দেওবাৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজনৰ আমগুৰি খেলপথাৰ প্ৰাংঙ্গনত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই জাতিধংসী বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদেশ্যেৰে এখনি গাঁওসভা অনুস্থিত কৰে।
